Jaanmoni 2026 – Season 1 | Official Trailer #02 | Streaming From 1st April Only On NK Bigstar App

March 27, 2026:

Jaanmoni 2026 – Season 1 | Official Trailer #02 | Streaming From 1st April Only On NK Bigstar App



সুখবৰ, অপেক্ষাৰ অন্ত পেলাই আমি আপোনালোকৰ বাবে লৈ আহিছোঁ “জানমণি ২০২৬ – Season 1”
প্ৰত্যেক বাৰৰ দৰেই এইবাৰো জানমণিত আছে বিশেষ কাহিনী, বিশেষ সোৱাদৰ লগতে আছে জুবিন গাৰ্গৰ সুৰীয়া কণ্ঠৰ বিহু গীত। “জানমণি ২০২৬ – Season 1” আপোনালোকে ১ এপ্ৰিল ২০২৬ তাৰিখৰ পৰা “NK Bigstar” App ত চাবলৈ পাব। আশা কৰোঁ আমাৰ এই প্ৰয়াসক প্ৰতি বাৰৰ দৰেই এইবাৰো আঁকোৱালি লব।
NK Bigstar App Download Link –
https://play.google.com/store/apps/details?id=com.nkbigstar.app (Android)
https://apps.apple.com/us/app/nk-bigstar/id6760340500 (IOS)

কাহিনী,চিত্ৰনাট্য আৰু সংলাপ : প্ৰনব বৰুৱা
সম্পাদনা আৰু পৰিচালনা : মনোজিত শৰ্মা
অভিনেতা/অভিনেত্ৰী : তপন দাস, চিন্তু ফুকন, অপৰ্না দত্ত চৌধুৰী, পাপৰি শইকীয়া, পাৰ্থ দত্ত, বিবেক বৰা, অষ্ট্ৰিয়ানা দিহিঙ্গীয়া, জ্যোতি ভূঞাঁ, বলিন বৰা,
মুন শইকীয়া, বন্দনা কলিতা, ৰিন্তু বৰা, নবদীপ বৰগোহাঁই, উদয় শংকৰ, মধুস্মিতা দিহিঙ্গীয়া, কমলেশ শইকীয়, বিশ্ব শইকীয়া, ৰেখা শইকীয়া, ৰংগৰাজ ভৰদ্বাজ, আইনু ভূঞাঁ, পুতুল ভূঞাঁ, জুন্টি শইকীয়া, হেমন্ত বৰা, পংকজ বৰুৱা, অতনু বৰা, সত্য ৰঞ্জন শৰ্মা, নিলোৎপল বৰুৱা, ৰাজমনি চতিয়া, পবিত্ৰ হাজৰিকা, অচুতা নন্দ মেধি, ৰাজীব বৰা, পাৰুল দেবী, মুন হাজিৰকা, জিস্নু প্ৰিয়া হাজৰিকা, তেনিছা বৰা, নিবেদিতা বৰা হাজৰিকা, স্নীগ্ধা ৰানী বৰা, বাস্তব বৰুৱা, কৃষ্ণাংগ কাশ্যপ, ভূবন নাথ, সীমান্ত শইকীয়া, নিবেদিতা বৰা, কংকনা বনিয়া, ৰাজ নাথ
কৰিঅ’গ্ৰাফাৰ : পংকজ ইংতি, জ্বলী বৰা, ৰাজু দাস
সহকাৰী পৰিচালক : সত্য ৰঞ্জন শৰ্মা, জুন কলিতা, ৰাজমনি ভূঞাঁ
চিত্ৰগ্ৰহনকাৰী : মনোজিত শৰ্মা
সহকাৰী চিত্ৰগ্ৰহনকাৰী : বাবলু বৰা, প্ৰদীপ নেওঁগ, মৃদুল
ফ’কাচ পোলাৰ : বাবলু বৰা
পুনঃ শব্দ গ্ৰহন : হিতেশ দাস, ৰাহুল টাই, দিবাকৰ দয়া দত্ত
পুনঃ শব্দ গ্ৰহন শিল্পী : দেবজিত মজুমদাৰ, মন্টু শইকীয়া, মাজুলী সোনোৱাল, নয়ন শৰ্মা, কুশল কাশ্যপ, জুৰি দাস, দুৰনি ডেকা
ৰূপ সজ্বা : পূজা দত্ত, বিউতি ৰাজবংশী, প্ৰশান্ত বৰা
শব্দ সংযোজন (ফলি) : দিবাকৰ দয়া দত্ত, অভিজ্ঞান চুতীয়া, সমুজ্বল কলিতা, অলকেশ শইকীয়া
আবহ সংগীত : দিপকেশ বৰগোহাঁই,
আবহ সংগীত কন্ঠ শিল্পী : পাৰিজাত প্ৰিয়ম, চয়নিকা ভূঞাঁ, অপূৰ্ব জান, ৰিপুঞ্জয় শৰ্মা. শব্দ সংমিশ্ৰন : দ্বিজু হাতী বৰুৱা, বাদ্য যন্ৰী : পিতি বৰা, কৈলাশ ৰাভা, লাচিত বৰুৱা, দেবেশ্বৰ শইকীয়া, গৌতম শইকীয়া, প্ৰজন্ব নেওঁগ, দিপকেশ বৰগোহাঁই,
কন্ঠশিল্পী : জুবিন গাৰ্গ, কৃষ্ণমণি চুতীয়া, ৰুবুল বৰা, চয়নিকা ভূঞাঁ, কমলিকা কাশ্যপ, সঞ্জীৱ বৰা, ৰাগদ্বীপ চেতিয়া
সংগীত পৰিচালক: বিমান বৰুৱা,
গীতৰ কথা : বিমান বৰুৱা, ৰুবুল বৰা, সোনিত গগৈ
গীতৰ সংমিশ্ৰন : দিগন্ত বৰদলৈ
মাষ্টাৰিং : দিগন্ত বৰদলৈ
প’ষ্টাৰ : প্ৰসেনজিৎ ডেকা
ডি আই কলৰিষ্ট : ধিৰু কলিতা
প্ৰডাকচন কনট্ৰলাৰ : কানাই, বাবলু বৰা
কৃতজ্ঞতা স্বীকাৰ : হাতিচোং মহাবিদ্যালয়, বামুন গাওঁ ৰাইজ, অজয় বৰঠাকুৰ।

Follow us on :-
Facebook : https://www.facebook.com/profile.php?id=100090161722896&mibextid=LQQJ4d
Instagram : https://instagram.com/nkproductionfilms?igshid=YmMyMTA2M2Y=

#assamesewebseries
#jaanmoni2026season1
#zubeengarg
#nkproduction
#nkbigstar
#bihu
#digimusic

source